১ নৱেম্বৰত বৰভাগ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন, নিৰ্বাচনী প্ৰচাৰত উদুলি-মুদুলি মহাবিদ্যালয়ৰ চৌহদ

 10/28/2022 - 20:03
 
 
বাহাৰঘাটঃ নলবাৰী জিলাৰ অন্য এক ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়৷ বান অধ্যুষিত বৰভাগৰ মাজমজিয়াত অৱস্থিত উক্ত মহাবিদ্যালয়ৰ ২০২২/২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অহা এক নবেম্বৰত অনুষ্ঠিত হব৷ ইতিমধ্যে নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ লগতে পৰীক্ষনৰ কাম-কাজো শেষ হৈছে৷ জানিব পৰামতে কেইবাজনো প্ৰাৰ্থী বিনা প্ৰতিদণ্ডিতাৰে জয়ী হৈছে৷ বিজয়ী আটাইকেইজন আছু আৰু এ জে ওৱাই চি পিৰ সমৰ্থিত প্ৰাৰ্থী বুলি জানিব পৰা গৈছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।