বাক্সাৰ উলুবাৰীত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম

 11/07/2022 - 12:45
 
 
 
 
শালবাৰীঃ বাক্সাৰ উলুবাৰীত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম। উলুবাৰীত তিনিদিনীয়াকৈ উদযাপন কৰা খেৰাই উৎসৱত অংশগ্ৰহণ কৰি লোকসভা নিৰ্বাচনৰ বাবে UPPL ৰ প্ৰস্তুতি তুংগত বুলি মন্তব্য ৰাকেশ ব্ৰহ্মৰ৷ Big brother বিজেপিৰ লগত থাকি লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত অৱতীৰ্ণ হব UPPL । কোকৰাঝাৰ লোক সভা সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব UPPL দলৰ। হাগ্ৰামা মহিলাৰীৰ নাম মুখত আনি পুণৰ হাগ্ৰামা মহিলাৰী জীয়াই নুতুলিবলৈ সংবাদ মাধ্যমক আহ্বান ই এম ৰাকেশ ব্ৰহ্মৰ।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।