ব্ৰহ্মাৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী

 11/11/2022 - 12:01
 
মৰিয়নিঃ মৰিয়নীৰ উন্মীলন সংগীত বিদ্যালয় আৰু মৰিয়নী ৰাইজৰ সহযোগত মৰিয়নী বাপুজী ষ্টেডিয়াত দুদিনীয়াকৈ আয়োজিত ৰাস মহোৎসৱত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ব্ৰহ্মাৰ চৰিত্ৰ ৰূপায়ণ কৰে। ব্ৰহ্মাৰ শক্তি লাভ কৰিলে কি কৰিব তাকো প্ৰকাশ কৰিলে বিধায়ক গৰাকীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।