সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত ছহিদ সেনাৰ মেজৰ

 06/18/2019 - 12:06

ডিজিটেল ডেস্কঃ অনন্তনাগত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ। এই সংঘৰ্ষত ছহিদ হ’ল সেনাৰ এজন মেজৰ।

সন্ত্ৰাসবাদীৰ গুলীত নিহত মেজৰজনৰ নাম কেটান শৰ্মা। সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ হৈছিল অনন্তনাগত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।