04/04/2023 - 13:14
in
যোৰাবাটঃ যোৰাবাট আৰক্ষীৰ গাঞ্জাবিৰোধী অভিযান৷ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা৷ আটক বিশেশ্বৰ ৰায় নামৰ গাঞ্জা সৰবৰাহকাৰী এজনক৷ আঠমাইলৰ কালিমন্দিৰৰ পৰা আৰক্ষীয়ে আটক কৰিলে লোকজনক৷ মেঘালয়ৰ ৰিভ'ইৰ বৰিদোৱাৰ পৰা খানাপাৰালৈ সৰবৰাহৰ চেষ্টা কৰিছিল গাঞ্জাখিনি৷ এক গোপন সূত্ৰৰ পম খেদি যোৰাবাট আৰক্ষীয়ে লোকজনৰ পৰা প্ৰায় একৈশ কেজিৰো অধিক গাঞ্জা উদ্ধাৰ কৰাৰ লগতে জব্দ কৰিলে নগদ ষাঠি হেজাৰ টকা৷