বাক্সাৰ শিমলাত হাগ্ৰামা মহিলাৰী

 04/09/2023 - 17:12
 
ককলাবাৰী ব্লক বিপিএফৰ উদ্যোগত অনুষ্ঠিত সজাগতা সমদল তথা জনজাগৰণ সভাত অংশগ্ৰহণ হাগ্ৰামা মহিলাৰী। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে পুণৰ সৰৱ হাগ্ৰামা মহিলাৰী। 
আইনী যুঁজক ভয় নকৰে হাগ্ৰামা মহিলাৰীয়ে। পূৰ্বতেও আইনৰ আশ্ৰয় লৈছিল প্ৰমোদ বড়োৱে। বিপিএফৰ লগত ৰাইজ দেখি সংকিত হৈছে প্ৰমোদ বড়ো। ২০২৫ ৰ নিৰ্বাচনৰ ইউ পি পি এল দলে হাৰিব। ১০০% হাৰিব। বিটিআৰত প্ৰমোদ বড়োৱে জিৰ' উন্নয়ন কৰিছে। প্ৰমোদ বড়োৱে হাগ্ৰামা মহীলাৰীৰ অনুশৰন কৰি প্ৰচাৰ চলোৱা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয়, মই ৰাহুল গান্ধী নহয় , আমি সৰু দল , বিটিচিত কি হৈ আছে ৰাইজক জনাই দিয়াটো আমাৰ কাম। প্ৰমোদ বড়োৱে শ্ৰীৰামপুৰ গেটত পইছা লৈ লুটি পুতি খাইছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.