জেং বিহুৰ আখৰাত ব্যস্ত গহপুৰৰ দক্ষিন কলাবাৰীৰ মহিলাসকল

 04/11/2023 - 13:03
 
 
জেং বিহুৰ আখৰাত ব্যস্ত গহপুৰৰ দক্ষিন কলাবাৰীৰ মহিলাসকল। সমাগত ৰঙালী বিহুৰ বাবে গাত তৎ নাইকীয়া হৈছে এইসকল মহিলাৰ৷ দৈনিক ব্যস্ত গছৰ তলত জেং বিহু মৰাত। বোৱাৰী-বয়োজ্যেষ্ঠ মহিলা মিলি জেং বিহুৰ এটি দল আয়োজন কৰি এইবেলি বিহুত প্ৰৰ্দশন কৰিব জেং বিহু। এইসকল মহিলাই ভাগ ল'ব বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'বলগীয়া জেং বিহুৰ প্ৰতিযোগিতা সমূহত। মুঠৰ ওপৰত বিহু অহাৰ বতৰা পাই গাত তৎ নাইকীয়া হৈছে প্ৰতিজন অসমীয়াৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.