১৬মাৰ্চৰ ভিতৰত গেট পৰীক্ষাৰ ৰিজাল্ট

 03/15/2019 - 14:11

ডিজিটেল ডেস্ক: ২০১৯ বৰ্ষৰ গেট পৰীক্ষাৰ ৰিজাল্ট ১৬ মাৰ্চৰ ভিতৰত ঘোষণা কৰা হ'ব। কাৰ্যালয়ৰ জাননী অনুসৰি আজি বা কাইলৈৰ ভিতৰত ঘোষিত হ'ব গেট পৰীক্ষাৰ ৰিজাল্ট।

ৰিজাল্টসমূহ অফিচিয়েল ৱেবছাইট gate.iitm.ac.in ত উপলব্ধ হ'ব। ছাত্রসকলে পৰীক্ষাৰ প্ৰশ্নকাকত আৰু চূড়ান্ত উত্তৰসমূহ অফিচিয়েল ৱেবছাইটযোগে চাব আৰু ডাউনলোড কৰিব পাৰিব। ২০১৯ বৰ্ষৰ গেট পৰীক্ষাটো ২,৩,৯ আৰু ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।