যান-বাহন আইনৰ নতুন নিয়মৰ বিষয়ে জানো আহক

 06/25/2019 - 16:52

ডিজিটেল ডেস্ক: নতুন যান-বাহন আইনত অনুমোদন জনায় কেন্দ্ৰীয় কেবিনেটে। এই অনুমোদন অনুসৰি এম্বুলেন্স, ফায়াৰ ব্ৰিগেডক ৰাস্তা এৰি নিদিলে ভৰিব লাগিব ১০,০০০ টকা জৰিমনা৷ সুৰা পান কৰি গাড়ী চলালে ১০,০০০ টকাৰ জৰিমনা। ছীট বেল্ট নিপিন্ধিলে ১,০০০ টকাৰ জৰিমনা। হেলমেট নিপিন্ধাকৈ বাইক চলালে ১,০০০ টকা জৰিমনাৰ লগতে ৩ মাহৰ বাবে লাইচেঞ্চ বাতিল।

লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলালে ৫,০০০ টকাৰ জৰিমনা বিহিবলগীয়া হ'ব জনসাধাৰণে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।