পুনৰ দুৰ্ঘটনাৰ সন্মুখীন ভাৰতীয় বায়ুসেনা

 06/27/2019 - 17:32

ডিজিটেল ডেস্ক: এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা ভাৰতীয় বায়ু-সেনাৰ এটি চাউনী। বৃহস্পতিবাৰে ৰাতিপুৱাৰ ভাগত হাৰিয়ানাৰ আম্বালা বায়ুসেনা ছাউনীৰ পৰা উৰা এখন জেগুৱাৰ বিমানৰ সৈতে সংঘটিত হয় এই ঘটনা।

বৃহস্পতিবাৰে উৰণৰ সময়তে ইঞ্জিনত দেখা দিয়া এক বিসংগতিৰ বাবে বন্ধ কৰি দিবলগীয়া হয় ইঞ্জিন টেংক।ভাৰতীয় বায়ুসেনাৰ অন্যতম ছাউনী আম্বানা বায়ুসেনা ছাউনীত সংঘটিত হয় এই ঘটনা।

পৰৰ্বতী সময়ত বিমানখন আম্বালা বায়ুসেনা ছাউনীতে সুৰক্ষিতৰূপে অৱতৰণ কৰিবলৈ সক্ষম হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।