উত্তৰ গুৱাহাটীত কামৰূপ জিলা টাইকোৱানডো প্ৰতিযোগিতা

 07/08/2019 - 17:56

গুৱাহাটীঃ উত্তৰ গুৱাহাটীত কামৰূপ জিলা টাইকোৱানডো প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা ১৩ আৰু ১৪ জুলাই তাৰিখে  উত্তৰ গুৱাহাটী মহাবিদ্যালয় ইণ্ডৰ হলত কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন ক্লাৱ আৰু শিক্ষা প্ৰতিষ্ঠানবোৰৰ টাইকোৱানডো খেলুৱৈসকলৰ মাজত  প্ৰতিযোগিতা আৰম্ভ হ’ব।

এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলা উভয়ে প্ৰায় ২০০জনে  যোগদান কৰিব বুলি কামৰুপ জিলা টাইকোৱানডো সন্থাৰ সাধাৰন সম্পাদক প্ৰাঞ্জল বুঢ়াগোঁহাইয়ে জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।