বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ বিস্ফোৰণ

 07/19/2019 - 16:15

ডিজিটেল ডেস্কঃ চূড়ান্ত এনআৰচিৰ খচৰা প্ৰকাশৰ প্ৰাকক্ষণত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে প্ৰকাশ কৰে যে এনআৰচিত চিনাক্ত হোৱা বাংলাদেশীৰ বোজা বহন নকৰে ঢাকাৰ চৰকাৰে।

তেওঁ উল্লেখ কৰে যে ৭৫ বছৰ ধৰি ভাৰতত বসবাস কৰা লোকসকল ভাৰতৰেই নাগৰিক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।