৩ দিন ধৰি স্থিৰ মূল্যত আছে পেট্ৰ’ল আৰু ডিজেল

 07/22/2019 - 15:37

ডিজিটেল ডেস্কঃ পেট্ৰ’ল-ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ মাজতে বিগত ৩ দিন ধৰি স্থিৰ মূল্যত আছে পেট্ৰ’ল আৰু ডিজেলৰ দাম।

ইয়াৰ পূৰ্বে ১৯ জুলাইত প্ৰতি লিটাৰ পেট্ৰ’লত ৮ পইচাকৈ বৃদ্ধি পাইছিল। ইয়াৰ পিছৰে পৰা বৃদ্ধি হোৱা নাই পেট্ৰ’ল-ডিজেলৰ মূল্য। ইয়াকে লৈ সকাহ পাইছে জনসাধাৰণে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।