অসমৰ বানৰ বাবে অমিতাভ বচ্চনৰ ৫১ লাখ টকাৰ সাহায্য

 07/24/2019 - 16:36

ডিজিটেল ডেস্কঃ অসমৰ বানাক্ৰান্তসকলৰ কাষত থিয় দিয়া বিভিন্ন ক্ষেত্ৰ ৰথী-মহাৰথীসকলৰ লগত সংযোজিত হৈছে বলীউডৰ বিগ বি মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাম।

অসমৰ বানৰ বাবে ৫১ লাখ টকাৰ সাহায্য আগবঢ়ালে অভিনেতাগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ দিলে এই ধনৰাশি অমিতাভ বচ্চনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।