দলগাঁৱত বৃদ্ধা মহিলাক মৰিয়াই মৰিয়াই হত্যা পাষণ্ড লোকৰ

 07/30/2019 - 13:25

দলগাঁওঃ দৰঙৰ দলগাঁৱত জঘন্য ঘটনা। এগৰাকী বৃদ্ধা মহিলাক মৰিয়াই মৰিয়াই হত্যা কৰিলে একাংশ পাষণ্ড লোকে মহিলাগৰাকীৰ নাম ছাহাৰা বেওৱা (৬০)।

দলগাঁৱৰ কাছোমাৰী নেপালী গাঁৱত সংঘটিত এই জঘন্য ঘটনা। কলগছৰ ভূৰক লৈ দুয়োপক্ষৰ মাজত সৃষ্টি হোৱা কাজিয়াৰ পিছত ৯-১০ জনীয়া পাষণ্ড লোকে নিশা মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।