আমগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট

 08/05/2019 - 15:34

আমগুৰিঃ আমগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আমগুৰি সমষ্টিৰ বিভিন্ন ব্যস্ততাপূৰ্ণ পথসমূহ নিৰ্মাণ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আমগুৰি নগৰৰ চাৰিআলি সমীপত জাতীয় সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি বিধ্বস্ত পথসমূহ শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।