নলবাৰীত বিশেষ স্বাস্থ্য শিবিৰ সম্পন্ন

 08/05/2019 - 20:09

নলবাৰীঃ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সৌজন্যত বানপীড়িত অঞ্চলৰ ৰাইজৰ বাবে আজি নমাটি এম ই স্কুল প্ৰাংগনত বিশেষ স্বাস্থ্য শিবিৰ আৰু এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ স্বাস্থ্য শিবিৰটো মুকলি কৰে বিধায়ক অশোক শৰ্মাই৷ লগত উপস্থিত থাকে নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।