হাইলাকান্দিত বোমা উদ্ধাৰ

 08/06/2019 - 15:13

হাইলাকান্দিঃ হাইলাকান্দিত বোমা উদ্ধাৰ। দক্ষিণ হাইলাকান্দিৰ জামিৰা গাঁৱত সোমবাৰে উদ্ধাৰ হয় হস্ত নিৰ্মিত বোমাটো। জামিল উদ্দিন নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ কাষৰ পৰা উদ্ধাৰ হয় বোমাটো। স্থানীয় ৰাইজে বোমাটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।