লংকাত ভাং জব্দ

 08/06/2019 - 18:35

লংকাঃ এক গোপন সূত্ৰৰ পমখেদি লংকা চহৰৰ ৪নং ৱাৰ্ড ষ্টেচন ৰোডৰ পৰা আৰক্ষীয়ে ১১কেজি ভাং জব্দ কৰে। জচবীৰ সিং নামৰ এজন লোকৰ গেলামাল দোকানৰ পৰা জব্দকৃত ভাংখিনিৰ বজাৰ মূল্য ৫০ হাজাৰ টকা হ’ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে লোকজনক আটক কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।