লামডিং কলেজত এবিভিপিৰ আনন্দ উল্লাস

 08/06/2019 - 18:56

লামডিংঃ কেন্দ্রৰ বিজেপি সৰকাৰে জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 আৰু 35A প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তত আজি লামডিং এবিভিপি শাখাৰ সাগৰ আচাৰ্যীৰ নেতৃত্বত এবিভিপিৰ কর্মীসকলে লামডিং কলেজৰ সমীপত ফটকা ফুটাই আনন্দ উল্লাস উদযাপন কৰে। সাগৰ আচাৰ্যীয়ে ভাষণ প্রসংগত কেন্দ্রীয় চৰকাৰে লোৱা সিদ্ধান্ত উচিত বুলি মন্তব্য কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।