নলবাৰীত ব্যতিক্ৰমী ফুটবল খেলৰ আয়োজন

 08/09/2019 - 13:42

নলবাৰীঃ সমাগত স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এইবাৰ নলবাৰীত অনুষ্ঠিত কৰা হ’ব এখন ব্যতিক্ৰমী ফুটবল খেল। নলবাৰী জিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ দ্বাৰা গঠন কৰা দুই দল বিধায়ক একাদশ বনাম উপায়ুক্ত একাদশৰ মাজত অনুষ্ঠিত কৰা হ’ব এই ব্যতিক্ৰমী ফুটবল খেলখন। প্ৰয়াত পবিত্ৰ দত্তৰ সোঁৱৰণত অনুষ্ঠিত কৰা হ’ব খেলখন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।