08/13/2019 - 15:18
in
ডিজিটেল ডেস্কঃ কাশ্মীৰ সন্দৰ্ভত আমেৰিকাই কোনো ধৰণৰ হস্তক্ষেপ নকৰে বুলি স্পটীকৰন দি কয় যে এইটো সম্পূৰ্ণ ভাৰত আৰু পাকিস্তান দুয়োপক্ষৰ নিজস্ব কথা। ভাৰতৰ ৰাজদূত হৰ্ষবৰ্ধন চিংগালে আমেৰিকাই কাশ্মীৰৰ ক্ষেত্ৰত কোনোধৰণৰ মাত নামাতে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।