অলিম্পিক গেমছত অৰ্ন্তভূক্ত হ'ব ক্ৰিকেট

 08/13/2019 - 18:19

ডিজিটেল ডেস্কঃ ২০২৮ চনৰ লছ এঞ্জেলেছ অলিম্পিকত অনুষ্ঠিত হ'ব লগা অলিম্পিকত ক্ৰিকেট অৰ্ন্তভূক্ত হোৱাৰ সম্ভাৱনা আছে। সোমবাৰে মেৰিলিব'ন ক্ৰিকেট ক্লাৱৰ বিষয়-ববীয়াক এই কথা জনালে আই চি চিয়ে। প্ৰাক্তন ক্ৰিকেটাৰ মাইক গেটিঙে জনোৱা মতে ২০২২ ৰ এছিয়ান গেমছত ইতিমধ‍্যে নিশ্চিত হৈছে ক্ৰিকেট অৰ্ন্তভুক্তিৰ কথা। তদুপৰি অতি শীঘ্ৰে নিশ্চিত হ'ব অলিম্পিকত ক্ৰিকেটৰ অৰ্ন্তভূক্তিৰ সিদ্ধান্ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।