নগাঁৱত পুনৰ নিৰ্মিত ৰাস্তা মুকলি বিধায়ক ৰূপক শৰ্মাৰ

 08/16/2019 - 20:41

নগাঁওঃ নগাঁও পৌৰসভাৰ অন্তৰ্গত ২৪নং মহলাৰ তিনিটাকৈ ৰাস্তা পুনৰ নিৰ্মাণ কৰি ৰাইজৰ কাৰণে আজি মুকলি কৰি দিয়াৰ লগতে মুখ্যমন্ত্ৰী আকাশদ্বীপ যোজনাৰ অধীনত বিনামূলীয়া এলইডি বাল্ব আৰু ৰেচন কাৰ্ড হিতাধীকাৰীসকলৰ মাজত বিতৰণ কৰে বিধায়ক ৰূপক শৰ্মাই। উক্ত অনুষ্ঠানত নগাঁও পৌৰসভাৰ পৌৰপতি দিগন্ত দাস, ২৪ নং মহলাৰ মহলা আয়ুক্ত সুভাষ দত্তকে প্ৰমুখ্য কৰি APDCL ৰ বিষয়া বৰ্গৰ উপৰি কেইবাগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.