বিশিষ্ট ভাষাবিদ তথা শিক্ষাবিদ টাবু টাইড দেহাৱসান

 08/17/2019 - 13:04

ডিজিটেল ডেস্ক: বিশিষ্ট শিক্ষাবিদ তথা ভাষাবিদ টাবু টাইডে শনিবাৰে পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে। অসম উজ্বলোৱা ‘সোৱণশিৰিৰ মণি’ বিশিষ্ট শিক্ষাবিদ তথা ভাষাবিদ গৰাকীয়ে ভাষা সাহিত্যৰ ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াইছিল। অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ তথা কটন কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা আছিল টাবু টাইড। ভাষাবিদগৰাকীৰ মৃত্যুত সাহিত‍্য জগতৰ লোকসকলৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।