মুখ্যমন্ত্ৰী কমল নাথৰ ভতিজাক ৰাতুল পুৰীক গ্ৰেপ্তাৰ

 08/20/2019 - 18:08

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ ভতিজা ৰতুল পুৰীক সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়। চেণ্ট্ৰেল  বেংক অৱ ইণ্ডিয়াক ৩৫৪ কোটি টকাৰ হৰলুকিৰ অভিযোগত গ্ৰেপ্তাৰ হয় উদ্যেগপতি জনৰ। ১৭ আগষ্টত চি বি আই য়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁৰ বাসগৃহত তালাচী চলাই বুলি জানিব পৰা গৈছে। ১৯আগষ্টত ই ডিয়ে পি এম এল এৰ অধীনত এটা গোচৰ কৰি উদ্যেগপতি জনক গ্ৰেপ্তাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।