সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চৰ আহব্বায়ক ব্রজেন মহন্তৰ গাড়ীত আক্ৰমন

 08/20/2019 - 18:40

বাক্সাঃ সাংসদ নৱ কুমাৰ শৰণীয়াৰ লগতে সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চৰ আহব্বায়ক ব্রজেন মহন্তৰ গাড়ীত কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে আক্ৰমন কৰাৰ ঘটনাক তীব্র ভাষাৰে গঢ়িহনা দিয়াৰ লগতে অতি সোনকালে প্রশাসনে দোষীক কাৰায়ত্ব কৰাৰ দাবী জনাইছে, ২১ নং শালবাৰী সমষ্টিৰ এম চি এল এ .শ্রীযুত চক্ৰধৰ দাসে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।