তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট

 08/22/2019 - 16:26

তিনিচুকীয়াঃ বৃহস্পতিবাৰে  তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অনুসূচিত জাতিক প্ৰতাৰণা কৰাৰ প্ৰতিবাদত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ পৰিষদ, অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনি ঘণ্টাৰ অৱস্থান ধৰ্মঘট পালন কৰি প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।