ঐতিহ্য মণ্ডিত কলিয়াবৰ মহাবিদ্যালয়ৰ নবাগত আদৰনি সভা

 08/24/2019 - 12:55

কলিয়াবৰঃ ঐতিহ্য মণ্ডিত কলিয়াবৰ মহাবিদ্যালয়ত শুকুৰবাৰে অনষ্ঠিত হয় নৱাগত আদৰনি সভা। আদৰনি সভাখনত উপস্থিত থাকে অসমৰ বিশিষ্ট কণ্ঠ শিল্পী দিপলীনা ডেকা আৰু বিশিষ্ট সাহিত্যিক, কবিসকল।

আৰক্ষী বিষয়া নন্দ সিং বৰকলা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা শেখৰ জ্যোতি শৰ্মা আৰু নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি মনি মাধৱ মহন্ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.