তিনিচুকীয়াৰ বালুগাডা বিকাশপুৰত ভয়ংকৰ অগ্নিকাণ্ড

 08/26/2019 - 16:06

তিনিচুকীয়াঃ তিনিচুকীয়াৰ বালুগাডা বিকাশপুৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল কেইবা লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে ৰুনু বৰাইক নামৰ ব্যক্তিজনৰ বাসগৃহসহ ১৩ টাকৈ ভাৰাঘৰ।

কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে নিৰ্বাপিত কৰিব পৰা নাই জুই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।