মৰিয়নীত এন এছ চিএনৰ ধনদাবী

 09/11/2019 - 13:55

মৰিয়নী: মৰিয়নীৰ সীমান্তত উত্তপ্ত পৰিস্থিতি। অসমৰ মাটিত ক্ষুদ্ৰ চাহ খেতিয়কক ধনদাবী এন এছ চি এনৰ। দাবীকৃত ধন নিদিলে গুলীয়াই মৰাৰ হুংকাৰ নগা বিদ্ৰোহী সংগঠনটোৰ। চেলেঙৰ গোঁসাইবাৰী চাৰিঙাজুৰিত সংঘটিত হৈছে এই ঘটনা আতংকিত শ্ৰমিকৰ বাগিচাৰ পৰা পলায়ন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।