যোগীঘোপাৰ ঐতিহাসিক ঘৰশিয়া সত্ৰত চুৰিকাণ্ড

 09/11/2019 - 15:12

যোগীঘোপাঃ সাকোমূৰাত তলা ভাঙি চোৰে লৈ গ'ল নগদ ধনৰ লগতে সোণ ৰূপৰ অলংকাৰসহ বহু সা-সামগ্ৰী। ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।