নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এন জি অ কেৰিটাচ ইণ্ডিয়াৰ বিশেষ অনুষ্ঠান

 09/19/2019 - 17:28

লখিমপুৰঃ এন জি অ' টোৰ উদ্যোগত প্ৰকল্প উন্মোচনী আৰু সমন্বয়ৰ অনুষ্ঠান সম্পন্ন হয়। লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ গাওঁ বুঢ়াৰ লগতে কেবাগৰাকী সমাজকৰ্মী ব্যক্তি এই সভাত অংশগ্ৰহণ কৰে। যথেষ্ট লোকৰ উপস্থিতিত বানপীড়িত অসমৰ ৰাইজলৈ সামান্য মানবীয় সাহাৰ্য শীৰ্ষক বিষয়টো আলোচনা কৰা হয়। বানপীড়িত সকলৰ বাবে কাম কৰি আহিছে স্বেচ্ছাসেৱী সংস্থাটোৱে। 

অনুষ্ঠানটোত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি শৈলেন বৰুৱাকে ধৰি কেইবাগৰাকী জেষ্ঠ সাংবাদিক উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।