ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু

 09/20/2019 - 13:59

ভেৰগাঁওঃ ভেৰগাঁৱৰ ভূটিয়াচাংত মৃত্যু হোৱা হাতীটোৰ বয়স প্ৰায় ৫৫ বছৰ৷ ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হয় যদিও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। চলিত বৰ্ষত হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰায় ২৫ জন নিৰীহ লোক নিহত হোৱাৰ বিপৰীতে পাঁচ-ছটা বন্যহস্তীৰৰ কৰুণ মৃত্যু হয়৷ সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিভাগটো৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।