লংকা বনবিভাগৰ চৰকাৰী কামত ব্যৱহাৰ কৰে শিশু শ্রমিকক

 09/25/2019 - 17:58

লামডিংঃ লংকা বনবিভাগৰ নখুটি উপখণ্ড বিষয়াৰ কাৰ্য্যালয়ৰ চৰকাৰী কামত ব্যৱহাৰ কৰে শিশু শ্রমিকক।

যি সময়ত অসম চৰকাৰে শিশুশ্রম বন্ধ কৰাৰ কাৰনে নানা প্রকল্প হাতত লৈছে সেই সময়ত লামডিং সমষ্টিৰ নখুটি উপখণ্ড বনবিভাগৰ বিষয়া কর্মচাৰীয়ে নিজৰ কামত ব্যৱহাৰ কৰিছে শিশুশ্ৰমিক কেইজনক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।