পুনৰ গোমাংসক লৈ উত্তেজনাময় পৰিস্থিতি নগাঁৱত

 10/02/2019 - 15:05

নগাঁওঃ নগাঁৱৰ কচুৱা লংজাপ নেপালী গাঁৱত উত্তেজনা। ছাহজাহান আৰু যচমউদ্দিন নামৰ দুজন যুৱকে নেপালী গাঁৱত গো মাংস কটাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা।উত্তেজিত ৰাইজে জ্বলাই দিছে যুৱক দুজনে লৈ যোৱা এখন বাইক। ছাহজাহান আৰু যচমউদ্দিনক আটক কৰিছে ৰাইজে। ঘটনাস্থলিত কচুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা চলায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।