পূজাৰ বতৰত পকেট মাৰৰ পৰা সাৱধান

 10/07/2019 - 15:16

যোৰহাটঃ যোৰহাটত চোৰৰ বিলৈ। যোৰহাটৰ জে পি আৰ পূজাত হাতে লোতে ধৰা পৰিল পকেট মাৰৰ পাৰ্টি।

পূজাৰ মণ্ডপলৈ যাওঁতেই দুগৰাকী মহিলা চোৰে এগৰাকী মহিলাৰ বেগৰ পৰা পইচা উলিয়াওঁতেই যোৰহাট পুলিচৰ VDP Flying Squad ৰ দেৱজিত বৰা আৰু ইন্দ্ৰনীল দত্তই হাতে লোতে ধৰা পেলাই আৰু তাৰ পাছতেই যোৰহাট আৰক্ষীক গতাই দিয়ে মহিলা চোৰৰ দলটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.