দক্ষিণ শালমাৰাত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

 10/23/2019 - 20:17

সুখচৰঃ পুৱতি নিশা দক্ষিণ শালমাৰাৰ পোৰাৰচৰত অভিযান চলাই বাংলাদেশলৈ গৰু সৰবৰাহ কৰা চাৰিজন সৰবৰাহকাৰীক আটক। আটক কৰা গৰু সৰবৰাহকাৰী কেইজন হ’ল পোৰাৰচৰৰ আব্দুল ৰহিম, আচমত আলী, হাতেম আলী, আৰু আজিবৰ ৰহমান। আটাইকেইজনৰ বিৰুদ্ধে দক্ষিণ শালমাৰা থানাত ২৮৮/১৯ নম্বৰত থকা এখন গোচৰ পঞ্চীয়ন ৰ্মমে ধুবুৰী আদালতলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।