দীপাৱলী পালন কৰিবলৈ প্ৰধান মন্ত্ৰী উপস্হিত হ’ল জম্মু-কাশ্মীৰৰ সেনাৰ ছাউনিত

 10/27/2019 - 19:44

ডিজিটেল ডেস্কঃ প্ৰধান মন্ত্ৰীয়ে সীমান্তৰক্ষীসকলৰ লগত ৰ্বাতালাপ কৰিবলৈ আৰ্মিৰ মুখ্য কাৰ্যালয়ত উপস্হিত হয়। ২০১৪’ত প্ৰধান মন্ত্ৰীয়ে শপত লোৱাৰ পিছত, তৃতীয়বাৰৰবাবে এইবাৰ জম্মু-কাশ্মীৰ সেনাৰ লগত দীপাৱলী পালন কৰে। ৩৭০ধাৰা শেষ হোৱাৰ পিছত জম্মু-কাশ্মীৰত এইবাৰ প্ৰথম দীপাৱলী প্ৰধান মন্ত্ৰী মোডীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।