ফেচবুকত সাম্প্ৰদায়িক মন্তব্য দি ৰঙাঘৰৰ আলহী এজন যুৱক

 11/01/2019 - 20:37

নগাঁওঃ ধৃত আব্দুল আজিম লস্কৰক নগাঁও আৰক্ষীয়ে অভিযান চলাই কামপুৰ চিমলাই বজাৰস্থিত নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে৷ আব্দুলে ৩ অক্টোবৰত এটা বিশেষ সম্প্ৰদায়ৰ আৰাধ্য দেৱতাক লৈ অশ্লীল মন্তব্য প্ৰেৰণ কৰিছিল৷ নগাঁও আৰক্ষীয়ে ৩২০৩/১৯ ইউ/এচ ১৫৩ এ ২৯৫ আইপিচি ৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।