গৌৰীপুৰৰ বালাজানত আৰক্ষীয়ে জব্দ কৰে ট্ৰাক

 11/14/2019 - 12:15

গৌৰীপুৰঃ গৌৰীপুৰৰ বালাজানত ১৭ খনকৈ ট্ৰাক জব্দ কৰিছে আৰক্ষীয়ে। কয়লাভৰ্তি ১৫ খন ট্ৰাক আৰু চুপাৰিভৰ্তি ২ খন ট্ৰাক জব্দ।

গৌৰীপুৰৰ বালাজানত ট্ৰাক কেইখন জব্দ আৰক্ষীৰ, গুৱাহাটীহৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছিল ট্ৰাককেইখন। চুপাৰিভৰ্তি এখন ট্ৰাক শিলচৰ-গুৱাহাটী হৈ দিল্লীমুখী গৈ আছিল। আনখন ট্ৰাক গৈ আছিল ফালাকাটালৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।