লখিমপুৰত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ ব্যাপক প্ৰতিবাদী কাৰ্য্যসূচী

 11/15/2019 - 14:57

লখিমপুৰঃ লখিমপুৰতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ব্যাপক প্ৰতিবাদী কাৰ্য্যসূচী।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰৰ পৰা আৰম্ভ বিক্ষোভ কাৰ্য্যসূচী নগৰখনৰ মাজেৰে উলিওৱা প্ৰতিবাদী সমদলে কপাই তোলে লখিমপুৰৰ আকাশ বতাহ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।