লামডিং লংকা সংযোগী ২৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

 11/16/2019 - 19:39

 লামডিংঃ লামডিংৰ পৰা ১২ কিলোমিটাৰ দূৰত্বত এস ষ্টানিংৰ সমিপতে মৃতদেহটো উদ্ধাৰ কৰা হয়। খবৰ পাই লামডিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

পিছত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে নগাঁও লৈ পঠোৱা হয়। মৃতদেহটো এতিয়াও চিনাক্ত কৰন হোৱা নাই। আৰক্ষীৰ সন্দেহ ৰাতি জংঘলত হাতিৰ খুন্দাত মৃত্যু হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।