কেন্সাৰ বেমাৰৰ বনৌষধ আৱিষ্কাৰ কৰিলে এগৰাকী ছাত্ৰীয়ে

 11/18/2019 - 12:39

লংকাঃ আয়ুর্বেদিক বন ঔষধৰে নিৰাময় কৰিব পাৰে কেন্সাৰ। ডুমডুমাৰ কাকোপথাৰ এঠেঙ্গা গাওঁৰ এজনী মেধাবী আৰু দুখীয়া পৰিয়ালৰ ছাত্ৰী বেবি মৰাণে কৰিলে আয়ুর্বেদিক বন ঔষধৰ আৱিষ্কাৰ। বর্তমানলৈ বহু কেন্সাৰ ৰোগী ভাল হৈছে বুলি বেবি মৰাণ জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।