হোজাইৰ 2নং কাকীত লংকেশ্বৰী গেছ সেৱাৰ সজাগতা সভা

 11/19/2019 - 12:22

লংকাঃ ৰাজ্যত দিনক দিনে বাঢ়িছে বস্তুৰ জুই-ছাই দাম। অসম চৰকাৰৰ যোগান বিভাগৰ দ্বাৰা খাদ্য বস্তুৰ দিনক দিনে বাঢ়ি অহা দামে সাধাৰণ জনতাক সৰ্বহাৰা কৰাৰ সময়তে এইবাৰ আকৌ বাঢ়িছে ৰন্ধন গেছৰ দাম। তাক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ জনতা, দাইল চাউলে ল'ব নে ৰন্ধন গেছৰে ব্যবস্থা কৰিব।

সেই সময়তে হোজাইৰ লংকেশ্বৰী গেছ সেৱাই এক গুৰুত্বপূৰ্ণভাৱে আয়োজন কৰি আনিছে, গেছ ৰাহি কৰাৰ লগতে ব্যৱহাৰ আৰু সাৱধানতা কেনেকৈ কৰিব তাৰ ওপৰত এখনি সজাগতা সভা আয়োজন কৰে। এই সভাত লংকেশ্বৰী Gas Serviceৰ কৰ্মচাৰী উপস্থিত থাকি সমূহ উপভূক্তাক এই সজাগতা প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.