বিজনীত নীলমণি সেন ডেকাৰ পুত্তলিকা দাহ

 11/19/2019 - 16:03

বিজনীঃ চিৰাং জিলাৰ বিজনী অক্সিগুৰী চাৰিআলিত সদৌ বঙালী ফেডাৰেশ্বনে অক্সিগুৰী আঞ্চলিকয়ে মঙলবাৰে দিনৰ ১২বজাত নীলমণি সেন ডেকাৰ পুত্তলিকা দাহন কৰে। লগতে নীলমণি সেন ডেকাক সকিয়নি মূলক শ্ব’লোগানেৰে দিয়ে আকাশ বতাহ কপাই তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।