নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰৰ শুভাৰম্ভ

 11/27/2019 - 15:55

নগাঁওঃ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আচঁনিৰ অধীনত নগাঁও কেন্দ্ৰটিৰ শুভাৰম্ভ কৰে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই৷ এই উপলক্ষে নগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদত অনুষ্ঠিত সভাত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, উপায়ুক্ত যাদৱ শইকীয়া, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি আদি৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।