অভয়াপুৰীত বিশ্ব এইডছ দিৱস উপলক্ষে বাইক ৰেলি

 12/01/2019 - 13:18

অভয়াপুৰীঃ অভয়াপুৰীত বিশ্ব এইডছ দিৱস উপলক্ষে বাইক ৰেলি। অভয়াপুৰী মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু ইউনাইটেড বাইকাৰ্চৰ উদ্যোগত সজাগতামূলক বাইক ৰেলী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।