কেবৰ বিৰুদ্ধে লখিমপুৰ জিলা কংগ্ৰেছৰ ৭ ঘণ্টীয়া অনশন কাৰ্যসূচী

 12/06/2019 - 13:21

লখিমপুৰঃ কেবৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদেৰে উত্তাল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। ব্যতিক্ৰম নহয় লখিমপুৰৰ দ'ল-সংগঠনৰ। লখিমপুৰ জিলা কংগ্ৰেছৰ ৭ ঘন্টীয়া অনয়সন কাৰ্যসূচী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পুৱা ৮বজাৰ পৰা বিয়লি ৩বজালৈ হাতে হাতে প্লে'কাৰ্ড লৈ কেবৰ বিৰুদ্ধে আমৰণ অনশন পালন কৰে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।