নামনিমুৱা ৰে’লগাড়ীত কেব বিৰুদ্ধে বেনাৰ যুৱছাত্ৰ পৰিষদৰ

 12/07/2019 - 13:15

মৰিয়নীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ বিৰোধিতাৰে এইবাৰ নামনিমুৱা ১৫৬০৪ ইন্টা্ৰচিটি ৰে’লগাড়ীখনত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ তৰফৰ পৰা কেব বিৰুদ্ধে পোষ্টাৰ লগায় কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গ’ল৷ বাতৰি সংগ্ৰহ কৰা সময় লোকে কোন ঠাইত এই পোষ্টাৰ লগোৱা হৈছে জানিব পৰা হোৱা নাই৷ সমগ্ৰ ৰেলগাড়ীখনত প্ৰধানমন্ত্ৰী মূৰ্দাবাদ মুখ্যমন্ত্ৰী মূৰ্দাবাদ অসমত কেৱ গৃহীত কৰিবলৈ দিয়া নহব আদি পোষ্টাৰ লগোৱা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।